প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱালে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগতকৰণ বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱালে ৷ নগা চুক্তিক লৈ কেন্দ্ৰ আৰু এন এছ চি এনৰ মাজত চলি থকা আলোচনা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰিব মুখ্যমন্ত্ৰী সোণোৱালে ৷
TAGGED:
CM Sarbananda Sonowal PM