বহু প্ৰতীক্ষিত চন্দ্ৰযান অভিযান - CHANDRAYAAAN 2 MODI REACTION NEWS
এইয়াই শেষ নহয়, চন্দ্ৰযান-2 চন্দ্ৰপৃষ্ঠত অৱতৰণৰ মূহুৰ্তত বেংগালুৰৰ ইছৰোৰ নিয়ন্ত্ৰণ কক্ষত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোদীৰ বৈজ্ঞানিকসকলক উদ্দেশ্যি মন্তব্য, সাহসী হওক,আৰু অধিক ভাল হোৱাৰ আশা ৰাখক ৷ মাত্ৰ কেইটামান মূহুৰ্তৰ ভিতৰতে ইছৰোৰ নিয়ন্ত্ৰণ কক্ষত দেখা গৈছিল নিস্তব্ধতা ৷ চন্দ্ৰৰ কক্ষ পথৰ পৰা চন্দ্ৰ পৃষ্ঠ অভিমুখে নামি অহা চন্দ্ৰ যান-2 ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে ৷ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ 2.1 কিলোমিটাৰ বাকী থকা অৱস্থাত বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় ISRO নিয়ন্ত্ৰণ কক্ষৰ সৈতে ৷