অসম

assam

ETV Bharat / videos

স্বপ্না চৌধুৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন সুন্দৰ বাগিচা

By

Published : Jun 18, 2021, 10:57 PM IST

চণ্ডীগড়ৰ এগৰাকী স্বাস্থ্য কৰ্মী স্বপ্না চৌধুৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন সুন্দৰ বাগিচা (garden) । বিভিন্ন ফুল, গছ-গছনিৰ লগতে বাগিচাৰ আটক ধুনীয়া টাববোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । হাতী, মেকুৰী, হৰিণা আদি বিভিন্ন জন্তুৰ মুখৰ দৰে টাববোৰে সৌন্দৰ্য বৃদ্ধি কৰিছে বাগিচাখনৰ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details