ৰাঁচীৰ জুনিয়ৰ আৰ্যভট্ট - brilliant child Virat from Ranchi three mp story etv bharat special news
এটি ৭ বছৰীয়া কণমানি । জিভাৰ আগত আছে নেওতাৰ প্ৰতিখন ভাগ । প্ৰথমৰ পৰা শেষলৈ নে শেষৰ পৰা প্ৰথমলৈ ? কেনেকৈ শুনিবলৈ ভাল পাব আপুনি ? এফালৰ পৰা মুখস্থ মাতি যাব পাৰে নেওঁতা । কোন এই বিস্ময় বালক ? চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন...