অসম

assam

ETV Bharat / videos

আহমেদাবাদত আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ প্ৰৱাসী শ্ৰমিকৰ - পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত

By

Published : May 18, 2020, 6:00 PM IST

নিউজ ডেস্ক, 18 মে‘ : দেশত চতুৰ্থ পৰ্যায়ৰ লক ডাউন চলি থকাৰ মাজতে বিভিন্ন ঠাইত প্ৰৱাসী শ্ৰমিকে ঘৰলৈ উভতাই পঠোৱাৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীকো আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ গুজৰাটৰ আহমেদাবাদত শতাধিক প্ৰৱাসী শ্ৰমিকে আই আই এম আহমেদাবাদ আৰু ভাস্ত্ৰাপুৰ সংযোগী পথত সোমবাৰে ঘৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোকৰ ওপৰতো শিলাবৰ্ষণ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তেজিত লোক সকললৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰে ৷ লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন ২৭ গৰাকী তীৰ্থযাত্ৰীৰ

ABOUT THE AUTHOR

...view details