চিতোৰগড়ৰ বিষকন্যা - Vishkanya of Chittodgarh
সৰ্প দংশনৰ কথা আপুনি নিশ্চয় জানে । আনকি বিষাক্ত সাপে দংশন কৰাৰ ফলত প্ৰতি বছৰে বহুলোকৰ মৃত্যু হয় ভাৰতত । কিন্তু আজি আমি এগৰাকী এনেকুৱা মহিলাৰ সৈতে আপোনাক চিনাকী কৰাব বিচাৰিছো, যাক এবাৰ-দুবাৰ নহয় বহুবাৰ সৰ্পই দংশন কৰিছে । কিন্তু তাৰ পিছত মহিলাগৰাকীৰ কি হ’ল চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত-