অসম

assam

ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্যে চাইকেল ৰেলী

By

Published : Feb 26, 2022, 9:37 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

যি সময়ত সমগ্ৰ ভাৰতৰ লগতে অসমতো ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীয়ে নবপ্ৰজন্মক অন্ধকাৰৰ দিশে ঠেলি দিছে । তেনে সময়তে অসমৰ দুজন যুৱক আকাশ অধিকাৰী আৰু ভাৰ্গৱ শৰ্মাই সুস্থ অসম, ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ(Anti drugs Awareness cycle rally ) । সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধীনত বিগত ১৮ ফেব্ৰুৱাৰীৰ পৰা এই দুজন যুৱকে সুস্থ অসম, ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্য আগত ৰাখি চাইকেল ৰেলীৰ জৰিয়তে জাগীৰোডৰ পৰা আৰম্ভ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ । নগাঁও, কাজিৰঙা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰৰ পিছতে শুকুৰবাৰে উপস্থিত হয় তিনিচুকীয়া জিলাত(Anti drugs awareness cycle rally in Tinisukia ) । ইয়াৰ পিছতে তেওঁলোকে ৰাওনা হয় শদিয়ালৈ ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details