অসম

assam

ETV Bharat / videos

সদৌ অসম কেওট সন্মিলনীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু - ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু

By

Published : Apr 4, 2022, 4:04 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

সোমবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰৰ পানীটেমাত অনুষ্ঠিত হোৱা সদৌ অসম কেওট সন্মিলনীৰ ৰঙিয়া জিলা সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশনত (Keot Sanmilan held at Baihata) অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৱে(Assam Education Minister at Keot Sanmilan) ৷ উক্ত অধিৱেশনখনত উপস্থিত থাকি অসমৰ জনগোষ্ঠীয় লোকসকলক উদ্দেশ্যি বহুকেইটি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যখনত বসবাস কৰি অহা প্ৰতিটো জাতি জনগোষ্ঠীৰ সামাজিক পিয়ল কৰাৰ চিন্তা চৰ্চা কৰি আছে ৰাজ্য চৰকাৰে ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details