অসম

assam

ETV Bharat / videos

যুদ্ধভূমিৰ চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা কৰিলে অসমৰ সাই স্বপ্নীলে - অভিনেতা ব্ৰজেন বৰাৰ পুত্ৰ সাই স্বপ্নীল

By

Published : Mar 9, 2022, 5:26 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

এজন প্ৰচণ্ড সাহসী আৰু আত্মবিশ্বাসী অসমীয়া যুৱক ৷ সাহসী অসমীয়া ল'ৰাজনক খুব ভালকৈ চিনি পায় কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিঙে ৷ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নিজৰ লগতে আন 80 জন ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি আনিছে তেওঁ (Assam boy rescued students in Ukraine)৷ তেওঁ হৈছে অসমীয়া ছবি জগতৰ বিখ্যাত অভিনেতা ব্ৰজেন বৰাৰ পুত্ৰ সাই স্বপ্নীল (Son of Assamese actor Brajen Borah)৷ ইটিভি ভাৰতৰ আগত জীৱনৰ এই দুঃসময়ৰ অভিজ্ঞতা বৰ্ণনা কৰিলে সাই স্বপ্নীলে (Sai Swapnil expresses experience in Ukraine)৷ চাওক সাই স্বপ্নীলৰ সৈতে ইটিভি ভাৰতৰ এক্সক্লুচিভ সাক্ষাৎকাৰ...
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details