অসম

assam

ETV Bharat / videos

পৌৰসভা নিৰ্বাচনত কংগ্ৰেছে পাবলগীয়া ভোটৰ হিচাপ দিলে অমিয় ভূঞাই - বিধায়ক অমিয় কুমাৰ ভূঞা

By

Published : Feb 22, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

নাৰায়ণপুৰ, বিহপুৰীয়া দুয়োখন পৌৰসভাতে বিজেপিৰ বিজয়ধ্বজা উৰিব (Amiya Kumar Bhuyan on municipal election) ৷ এই মন্তব্য বিধায়ক অমিয় কুমাৰ ভূঞাৰ ৷ মঙলবাৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ পৌৰসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰে বিধায়কগৰাকীয়ে । দলীয় সমৰ্থকৰ লগতে নাৰায়ণপুৰ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰে দলীয় প্ৰাৰ্থীসকলক লগত লৈ এখন সুস্থ সৱল পৌৰ সভা গঠনৰ বাবে ৰাইজক আগন্তুক পৌৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে । লগতে তেও কয় যে, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনতকৈও কম ভোট পাব কংগ্ৰেছে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details