অসম

assam

ETV Bharat / videos

গোৱালপাৰাত ছাত্ৰীয়ে লপা-থপা দিলে শিক্ষকক

By

Published : Mar 14, 2022, 12:48 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

গোৱালপাৰাৰ পলিটেকনিকত উত্তেজনা (Tense situation in Goalpara polytechnic) । পলিটেকনিকৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ (Allegation of molestation against teacher) ৷ পৰীক্ষাত নম্বৰ বেছি দিয়াৰ প্ৰলোভনেৰে ধৰ্ষণৰ চেষ্টা চলাইছিল ছাত্ৰীগৰাকীক । অভিযুক্ত শিক্ষকক লপা-থপা পলিটেকনিকৰ ছাত্ৰীৰ ৷ ক্ষোভিত একাংশ ছাত্ৰীৰ হাততে প্ৰহৃত হ’ব লগা হ’ল শিক্ষকগৰাকী (Student beat teacher in Goalpara) ৷ পৰৱৰ্তী সময়ত গোৱালপাৰা সদৰ আৰক্ষী উপস্থিত হৈ শিক্ষকজনক থানালৈ লৈ আহে ৷ ইতিমধ্যে শিক্ষকজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷ এই মূহুৰ্তলৈকে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই এই সম্পৰ্কত ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details