অসম

assam

ETV Bharat / videos

ব্যৰ্থ চৰকাৰে 'The Kashmir files'ৰ আশ্ৰয় লৈছে : লুৰীণজ্যোতি গগৈ

By

Published : Mar 27, 2022, 7:29 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

নলবাৰীত অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ দাবী, বিজেপি চৰকাৰ কাম কৰাত অসফল হোৱাৰ বাবেই 'দ্যা কাশ্মীৰ ফাইলচ'ৰ দৰে ছবিৰ আশ্ৰয় ল’ব লগীয়া হৈছে ৷ কাশ্মীৰৰ বিতাড়িত হিন্দু পণ্ডিতক সংস্থাপন (establishment of Kashmiri pandits) দিয়াত চৰকাৰক ব্যৰ্থ আখ্যা দি মূল দায়িত্ব সম্পন্ন নকৰি ধৰ্মীয় উন্মাদনাৰ মাজলৈ ঠেলি দিয়া বুলিও চৰকাৰক সমালোচনা লুৰীণজ্যোতি গগৈৰ ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details