মুখৰ ব্ৰণই (Acne) সমস্য়াৰ সৃষ্টি কৰিছে নেকি ? PCOSয়ে আপোনাক আমনি কৰিছে নেকি(PCOS bothering you) ? বাঢ়ি অহা ওজনক লৈ আপুনি চিন্তিত নেকি ? এই সমস্যাসমূহৰ সমাধান হৈছে আমাৰ পাকঘৰতে থকা আপেল চাইডাৰ ভিনেগাৰ । আহক চাও আপেল চাইডাৰ ভিনেগাৰে কিদৰে আমাক সহায় কৰিব পাৰে(Vinegar is a solution to many problems) ৷
PCOSৰ সমস্যা(Suffering from a PCOS problem):
প্ৰতিদিনে পুৱা এগিলাচ গৰম পানীৰ লগত অলপ আপেল চাইডাৰ ভিনেগাৰ খোৱাটো আমাৰ বাবে খুবেই দৰকাৰ । ই হৰম'নৰ সমস্যা নিয়ন্ত্ৰণ(Hormonal problems) কৰাত সহায় কৰে । ই নিয়মীয়া ঋতুস্ৰাৱত সহায় কৰি PCOS বা PCOD সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰে । আপেল চাইডাৰে ৰজোনিবৃত্তি আৰু ঋতুস্ৰাৱৰ পূৰ্বে হোৱা সমস্যাৰ পৰাও সকাহ দিয়ে ।
ওজন কমোৱা(Weight Loss):
আপেল চাইডাৰ ভিনেগাৰ গ্ৰহণ কৰিবলৈ বিশেষজ্ঞসকলে বিশেষ দিহা আগবঢ়ায় । বহু গৱেষণাই এই কথা প্ৰমাণ কৰিছে যে, এই ভিনেগাৰ খাদ্য বা পানীৰ লগত খালে দিনটো অধিক ভোক অনুভৱ নকৰে । যাৰ ফলত আমাৰ ওজন হ্ৰাস পোৱাত সহায় হয় ।
লগতে পঢ়ক :চিকিৎসা বিজ্ঞানে উদ্ভাৱন কৰিলে প্ৰথম কৃত্ৰিম ভ্ৰূণ
ছালৰ সমস্যা(Skin Problems):