মুখৰ পৰা ওলোৱা বেয়া গোন্ধই আপোনাৰ আত্মবিশ্বাস হ্ৰাস কৰাই নহয় ই আপোনাৰ মুখৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে । অত্যধিক মিঠা বা জাংক ফুড গ্ৰহণ কৰিলে মানুহৰ দাঁত ক্ষয় বা মুখৰ দুৰ্গন্ধৰ সমস্যা হ’বলৈ ধৰে(tooth cavity and bad breath) ।
মুখত বাস কৰা বেক্টেৰিয়াই (Mouth bacteria)দাঁতবোৰ ফুটা কৰি নষ্ট কৰি পেলায় । এইটোৱেই হৈছে ক্ষতিগ্ৰস্ত অংশ যিটো দেখাত ক’লা ৰঙৰ দেখা যায় । যদি আপুনিও এই তালিকাত অন্তৰ্ভুক্ত, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ তলত উল্লেখিত এই যাদুকৰী বনৌষধি ৰেচিপিয়ে আপোনাক দাঁতত থকা পোকবোৰ আঁতৰোৱাই নহয় বৰঞ্চ আপোনাৰ মুখৰ দূৰ্গন্ধ আঁতৰোৱাত সহায় কৰিব(Make effective home made herbal powder for tooth) ।
এই বনৌষধি গুড়িয়ে দাঁতৰ ক্ষয় ৰোধ কৰাত সহায় কৰিব(This herbal powder will help in preventing tooth decay):