Crispy Corn অধিকাংশ লোকৰে প্ৰিয় । কেৱল এই খাদ্যৰ সোৱাদ ল’বলৈ যদি আপুনি ৰেষ্টুৰেন্টলৈ যায় তেন্তে যথেষ্ট টকা খৰচ কৰিবলগীয়া হয় । কিন্তু আপুনি জানেনে যে এই খাদ্য আপুনি ঘৰতে অতি সহজে তৈয়াৰ কৰিব পাৰে ৷ তলত দিয়া ষ্টেপ বাই ষ্টেপ ৰেচিপিটোৰ সহায়ত আপুনি ৰেষ্টুৰেন্টৰ দৰেই Crispy Corn ঘৰতে অতি সহজে তৈয়াৰ কৰিব পাৰিব(How to make Crispy corn at Home) । কেৱল ৰঙা জলকীয়াৰ গুড়ি, শুকান আমৰ গুড়ি আৰু নিমখৰ দৰে মাত্ৰ তিনিটা মছলাহে ব্যৱহাৰ কৰি ব্যঞ্জনটো সুস্বাদু কৰি তুলিব পাৰিব । এই সুস্বাদু খাদ্য চাহ বা কফিৰ সৈতে সন্ধিয়াৰ জলপান হিচাপেও পৰিবেশন কৰিব পাৰি । লগতে মিহিকৈ কটা পিঁয়াজ, বিলাহী আৰু কেপচিকামৰ সৈতে এই খাদ্য অধিক সুস্বাদু আৰু সোৱাদযুক্ত কৰি তুলিব পাৰে(Crispy Corn Recipe) । তেন্তে আহক জানো এই খাদ্য কেনেকৈ তৈয়াৰ কৰা হয়-
Crispy Cornৰ বাবে উপকৰণ-
২ কাপ ফ্ৰ’জেন চুইট কৰ্ণ
২ চামুচ চাউলৰ আটা
প্ৰয়োজন অনুসৰি নিমখ
১/২ চামুচ শুকান আমৰ গুড়ি
১ কাপ ৰিফাইন