আখৰোটক শৰীৰৰ বাবে অতি উপকাৰী ড্ৰাই ফ্ৰুইট (Walnuts Benefits) হিচাপে গণ্য কৰা হয় । এক নতুন অধ্যয়নৰ মতে ইয়াৰ বহুতো গুণাগুণ আছে । দৈনিক আখৰোট গ্ৰহণ কৰিলে কেৱল সেয়াই নহয় ৰক্তচাপ নিয়ন্ত্ৰণ, ওজন বৃদ্ধি ৰোধ কৰাৰ লগতে ডায়েবেটিছ আৰু হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো এই ড্ৰাইফ্ৰুই যথেষ্ট উপকাৰী(Walnuts Benefits) যিসকল লোকে ইয়াক নাখায় তেওঁলোকৰ ৰক্তচাপ কম হয় বুলি ডেইলী মেইলত প্ৰকাশ পাইছে(Eating walnuts everyday may lower your BMI) ।
মিনেছ’টা বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, আখৰোটত ওমেগা-৩ আলফা-লিন’লেনিক এচিড (ALA) থাকে । ফেটি এচিড হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত জড়িত । অৱশ্যে গৱেষকসকলে জনোৱা মতে, ইয়াৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন আছে । পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে আখৰোটে ৰক্তচাপ কমোৱাত সহায় কৰে আৰু ডায়েবেটিছ আৰু হৃদৰোগ প্ৰতিৰোধ কৰে । অৱশ্যে বিশেষজ্ঞসকলে কয় যে অধিক গৱেষণাৰ প্ৰয়োজন আছে ।