অসম

assam

By

Published : Jun 9, 2023, 6:36 PM IST

ETV Bharat / sukhibhava

Food for Brain Health: চোকা মগজু তথা স্মৃতিশক্তি বৃদ্ধিৰ বাবে কি খাদ্য গ্ৰহণ কৰা উচিত ?

যদি আপুনি সৰু সৰু কথা পাহৰি যায়, তেন্তে আজিৰ পৰা নিজেই আপোনাৰ খাদ্য তালিকাত এনে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰক যিয়ে মগজু চোকা কৰাত সহায় কৰে ।

Easy ways to boost brain health in Assamese
স্মৃতিশক্তি বৃদ্ধিৰ বাবে কি খাদ্য গ্ৰহণ কৰা উচিত ?

ল’ৰা-ছোৱালী হওক বা বয়োজ্যেষ্ঠ হওক, সকলোকে চোকা মনৰ প্ৰয়োজন । আমাৰ খাদ্যই শাৰীৰিক আৰু মানসিক বিকাশত প্ৰভাৱ পেলায়, এনে পৰিস্থিতিত আমি আমাৰ খাদ্য সামগ্ৰী সলনি কৰি আমাৰ মগজু চোকা কৰিব পাৰো (foods for sharp brain)। গুগলত মানুহে প্ৰতিদিনে প্ৰশ্ন কৰে যে, মগজু কেনেকৈ চোকা কৰিব পাৰি, স্মৃতিশক্তি কেনেকৈ বঢ়াব পাৰি, মগজু চোকা কৰাৰ উপায় ইত্যাদি (brain-boosting foods for students)।

এনে পৰিস্থিতিত আমি আপোনালোকৰ বাবে এই প্ৰশ্নবোৰৰ উত্তৰ লৈ আহিছো (best food for brain recovery)। আৰু কোনবোৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি মগজু চোকা কৰিব পাৰি জানো আহক-

চোকা মগজুৰ বাবে খাদ্য

শণৰ বীজ

শণৰ গুটিত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, আঁহ আৰু ওমেগা ৩ ফেটি এচিড থাকে । ইয়াৰ উপৰিও শৰীৰে লিনচিডৰ গুটিৰ পৰাও প্ৰচুৰ পৰিমাণে তাম লাভ কৰে, যিটো মগজুৰ বিকাশৰ বাবে প্ৰয়োজনীয় (foods that are good for your brain and memory)।

ছালমন মাছ

ছালমন মাছত ওমেগা-৩ ফেটি এচিড থাকে, যিবোৰ মগজুৰ বাবে অতি উপকাৰী ।

লগতে পঢ়ক:Fruits for hair growth: দামী চেম্পু আৰু ছিৰামক কওক না! চুলি গজোৱাত সহায় কৰিব এইকেইবিধ ফলে

জামু

জামু খোৱাতো মন চোকা হয় (what are the 5 worst foods for memory)। বয়সৰ লগে লগে কমি অহা স্মৃতিশক্তি শক্তিশালী কৰিবলৈ আজিৰ পৰাই খাদ্যত ব্লুবেৰী, ব্লেকবেৰী আৰু ষ্ট্ৰবেৰী অন্তৰ্ভুক্ত কৰক ।

শুকান ফল

শিশু হওক বা বয়োজ্যেষ্ঠ হওক সকলোৰে মগজুৰ শক্তি বৃদ্ধি কৰিবলৈ শুকান ফলৰ প্ৰয়োজন । বাদামত প্ৰচুৰ পৰিমাণে ওমেগা-৩ থাকে, যিয়ে মগজুৰ বিকাশ বৃদ্ধি কৰে । খাদ্যত শুকান ফল নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক ।

সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলি খালে চকুৰ দৃষ্টিশক্তি চোকা হোৱাই নহয়, মনটোও চোকা হয় । পালেং, মেথি, সেউজীয়া পাতজাতীয় শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ।

লগতে পঢ়ক:Yoga for beginners: আপুনিও নতুনকৈ আৰম্ভ কৰিছে নেকি যোগাভ্যাস ? তেন্তে জানি লওক সৰ্বপ্ৰথমে কোনটো যোগ কেনেকৈ কৰিব লাগে

ABOUT THE AUTHOR

...view details