আঠখন দেশৰ ১০ লাখতকৈ অধিক লোকৰ ওপৰত কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ক’লা (Black tea) , সেউজীয়া বা উলং চাহৰ (Green tea or Oolong tea) মজলীয়া পৰিমাণে ব্যৱহাৰৰ কৰে তেন্তে টাইপ ২ ডায়েবেটিছৰ পৰা হাত সাৰিব পৰা যায়(Drinking tea may reduce risk of Type 2 Diabetes) ।
ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এই বছৰৰ ইউৰোপীয় এছ’চিয়েশ্যন ফৰ দ্য ষ্টাডি অৱ ডায়েবেটিছ (EASD)ৰ বাৰ্ষিক সভাত (১৯-২৩ ছেপ্টেম্বৰ) উপস্থাপন কৰা এই তথ্যই দেখুৱাইছে যে দিনটোত কমেও চাৰি কাপ চাহ খালে ডায়েবেটিছৰ হোৱাৰ আশংকা ১৭ শতাংশ হ্ৰাস পায় । গড়ে ১০ বছৰৰ ভিতৰত T2Dৰ আশংকা ।