মেষ ৰাশি:আপোনাৰ গ্ৰহ সঠিক স্থানত আছে ৷ আপুনি কোনো অনুষ্ঠানত প্ৰিয়জনৰ সৈতে ভাগ ল’বলগীয়া হ’ব পাৰে ৷ ধনাগমনৰ যোগ আছে ৷ আপুনি অতি হেপাঁহেৰে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে, যিকি নহওক অতি বেছি উৎসাহ আপোনাৰ বাবে লাভৰ নহয়, গতিকে সাৱধানে থাকক ৷ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ উপযুক্ত ব্যবস্থা গ্ৰহণ কৰক আৰু শান্ত থাকক ৷
বৃষ ৰাশি: উদ্দীগ্নতাই আপোনাক চাৰিওফালৰ পৰা আগুৰি থাকিব আৰু তাৰ ফলত আপোনাৰ মনৰ স্থিৰতা হেৰুৱাব ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ একে সময়তে আপোনাৰ কষ্টকৰ কামৰ ফল লাভত ব্যৰ্থ হ’ব ৷ যাৰ ফলত ধনৰ অভাবে দেখা দিব ৷ আৰু কোনো ধৰনৰ খেলি মেলিৰ সৃষ্টি নকৰি বুদ্ধিমত্তাৰ পৰিচয় দিয়ক ৷
মিথুন ৰাশি:ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ ব্যৱসায়ত লাভ কৰিবলৈ আপোনাৰ সহকৰ্মীসকলৰ সহায় লব লগিব ৷ কৰ্মক্ষেত্ৰত আপুনি বচৰ চকুত পদোন্নত্তিৰ যোগ্য ব্যক্তি হৈ উঠিব ৷ যিসকল অকলশৰিয়া বিবাহযোগ্য ব্যক্তি আছে তেওঁলোকে নিজৰ জিৱন সংগি বিছাৰি পাব ৷ আপোনাৰ পতি আৰু পুত্ৰৰ পৰা ভাল খবৰ পাব ৷
কৰ্কট ৰাশি: এটা শুভ ফলদায়ক দিন ৷ চাকৰিয়াল আৰু ব্যৱসায়ী সকলৰ পদোন্নতি বা উন্নতি হ’ব ৷ ঘৰৰ নতুনত্ব অনাত আপুনি ব্যষ্ট থাকিব , যি আপোনাৰ ঘৰৰ পৰিবেশ সলনি কৰিব ৷ আপুনি নিজকে সতেজ অনুভৱ কৰিব ৷ মাতৃৰ পৰা ভাল সহায় লাভ কৰিব ৷ ধনাগমনৰ যোগ আছে ৷
সিংহ ৰাশি:দুৰ্বল ভাব আৰু অচস্থি ভাবে আপোনাক বেৰি ৰাখিব ৷ আপোনাৰ অলপতে উঠা খঙে আপোনাক অসুবিধা পেলাব ৷ আপুনি সফলতা বাবে অতি বেছি কষ্ট কৰিব লগা হ’ব ৷ বেছি খোৱা বাদ দিয়ক নহলে পেটৰ বিষত ভুগিব পাৰে ৷সাধাৰন ভাষাত কবলৈ হলে এটা সাৱধানে থকা দিন ৷
কন্যা ৰাশি:আজি বৰ ভাল দিন নহয় ৷ শান্ত থাকক আৰু ধৈয্য ধৰক, আপোনাৰ চিন্তা দুৰ হ’ব ৷ আপোনাৰ খঙৰ ফলত আপোনাৰ শৰীৰ বেয়া হ’ব ৷ বিশেষকৈ আপোনাৰ খাদ্য অভ্যাসে আপোনাক অসুবিধা দিব ৷ সাৱধানে থাকক, বেআইনী আৰু অনৈতিক কামৰ পৰা আতৰত থাকক ৷ধনৰ ওপৰত চকু ৰাখক কাৰন আপোনাৰ খৰচ বহু পৰিমানে বাঢ়িব ৷