গাজৰ সদায়ে চকুৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ লাভালাভ ইয়াতে শেষ হয় । গাজৰত থকা ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টে এই পাচলিটো শৰীৰৰ আন অংশৰ বাবেও উপকাৰী কৰি তোলে(Carrot juice benefits from heart health) । ইয়াত শৰ্কৰা আৰু চৰ্বিও কম, যাৰ বাবে আপুনি ইয়াক আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে(Carrot Juice Benefits)।
গাজৰ ভিটামিন A,C আৰু Kৰে সমৃদ্ধ, সেয়েহে ই ছালৰ বাবেও খুবেই উপকাৰী । গতিকে আহক জানো গাজৰে আৰু কেনেদৰে আপোনাক সহায় কৰিব পাৰে ৷
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
গাজৰৰ ৰসত থকা ভিটামিন-A আৰু C-য়ে শৰীৰক ফ্ৰী-ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে । ইয়াত ভিটামিন-B6 থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী প্ৰমাণিত হয় ।
- ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে