অসম

assam

ETV Bharat / state

দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ উগ্ৰপন্থী - উগ্ৰপন্থী

মঙলবাৰে বৈঠালাংছ’ত দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ হয় ছাৰচিং ৰংপি ওৰফে আৰ্লিক নামৰ এটা উগ্ৰপন্থী সদস্য

দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ উগ্ৰপন্থী

By

Published : May 21, 2019, 10:09 PM IST

  • বৈঠালাংছ'ত গ্ৰেপ্তাৰ উগ্ৰপন্থী সদস্য
  • উদ্ধাৰ এটা .22 পিষ্টল, চাৰি জাঁই সজীৱ গুলী , এটা মোবাইল
  • চৱাইলাংছু ৰংকিমি বিৰ তিছ' গাঁৱৰ পৰা শিখ ৰেজিমেণ্ট আৰু বৈঠলাংছ’ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ ছাৰচিং ৰংপি ওৰফে আৰ্লক
  • ছাৰচিং ৰংপিয়ে KPLT আৰু UPLA ৰ নামত 10 লাখ টকা দাবী কৰিছিল ভূমি সংৰক্ষণ বিভাগৰ আঞ্চলিক বন বিষয়া ব্রন্ চন টিমুঙক
  • দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰে ধৃত সদস্যটো
  • দীৰ্ঘ দিন ধৰি পাহাৰীয়া জিলাখনত ধন দাবী কৰি সন্ত্ৰাস চলাই আহিছিল ছাৰচিঙে
    দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ উগ্ৰপন্থী

ABOUT THE AUTHOR

...view details