ETV Bharat / state
Assam Meghalaya Border: অসম-মেঘালয় সীমান্তত উত্তেজনা:গুলীচালনাত নিহত মেঘালয়ৰ তিনি দুৰ্বৃত্ত
অসম-মেঘালয় সীমান্তৰ মুক্ৰত গুলীচালনা (Firing at Assam meghalaya Border)৷ গুলীচালনাৰ ঘটনাত মেঘালয়ৰ তিনি দুৰ্বৃত্তৰ মৃত্যু ৷ লগতে দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ এজন বনকৰ্মী নিহত ৷
অসম-মেঘালয় সীমান্তত গুলীচালনা
By
Published : Nov 22, 2022, 10:07 AM IST
| Updated : Nov 22, 2022, 2:23 PM IST
- অসম-মেঘালয় সীমান্তৰ মুক্ৰত মেঘালয়ৰ দুৰ্বৃত্তৰ গুণ্ডাগিৰি(Assam Meghalaya border)
- অসমৰ বনকৰ্মীক আক্ৰমণ মেঘালয়ৰ তিনি শতাধিক দুৰ্বৃত্তৰ(Attack on Assam forest officials)
- দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ এজন বনকৰ্মী নিহত হোৱাৰ লগতে আহত কেইবাজনো(Assam forest guard dead)
- আক্ৰমণৰ প্ৰত্যুত্তৰত অসমৰ বনকৰ্মী আৰু আৰক্ষীয়ে কৰিলে গুলীচালনা
- গুলীচালনাত নিহত তিনিটাকৈ দুৰ্বৃত্ত
- ইয়াৰোপৰি বহুকেইটা দুৰ্বৃত্ত গুলীবিদ্ধ হোৱাৰ তথ্য লাভ
- কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে কাঠৰ কুণ্ডা সৰৱৰাহত বাধা দিয়াক লৈ সূত্ৰপাত হয় উত্তেজনাৰ
- বন বিভাগৰ লোকে কাঠসহ এখন ট্ৰাক জব্দ কৰাৰ বাবেই প্ৰায় তিনি শতাধিক খাছী লোকে কৰে আক্ৰমণ
- হাতে-হাতে দা, যাঠি-জোং লৈ অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ লোকৰ ওপৰত আক্ৰমণ চলালে দুৰ্বৃত্তই
- ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে দুৰ্বৃত্তক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়(Firing at Assam Meghalaya border)
Last Updated : Nov 22, 2022, 2:23 PM IST