ওদালগুৰি, 10 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ পূৰ্বে ওদালগুৰিত বুজন পৰিমানৰ অবৈধ অস্ত্ৰ উদ্ধাৰ ৷ সোমবাৰে নিশা ওদালগুৰি আৰক্ষীয়ে খাউৰাঙৰ পৰিত্যক্ত ক্ৰুছেৰ মিলৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অস্ত্ৰসমূহ ৷ উদ্ধাৰ হোৱা অস্ত্ৰ সমূহৰ ভিতৰত আছে এটা এছ এল আৰ, এটা 7.65 mm পিষ্টল, ৮ জাঁই সজীৱ গুলী, এটা চাইনিছ গ্ৰেণেড, এটা মটৰলা কোম্পানীৰ ৱকিটকি ৷
ওদালগুৰিত বুজন পৰিমানৰ অবৈধ অস্ত্ৰ উদ্ধাৰ
উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এছ এল আৰ, এটা 7.65 mm পিষ্টল, ৮ জাঁই সজীৱ গুলী, এটা চাইনিছ গ্ৰেণেড, এটা মটৰলা কোম্পানীৰ ৱকিটকি ৷
ওদালগুৰিত বুজন পৰিমানৰ অবৈধ্য অস্ত্ৰ উদ্ধাৰ
ওদালগুৰি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে অস্ত্ৰখিনি ৷ বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ওদালগুৰি আৰক্ষীয়ে ৷