- ওদালগুৰিৰ হাটীগড় চাহ বাগিচাত উত্তেজনা
- ২০% বোনাচৰ দাবীত মজদুৰ সংঘৰ প্ৰতিবাদ ওদালগুৰিৰ হাটীগড় চাহ বাগিছাত উত্তেজনা
- অসমৰ লগতে ওদালগুৰিৰ হাটীগড় চাহ বাগিছাতো বোনাচ বৃদ্ধিৰ দাবী
- শ শ মজদুৰে ২০ শতাংশ বোনাচৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে
- বাগিছাখনৰ পৰিচালন সঞ্চালকৰ যোগেদি চৰকাৰ তথা মালিক পক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ
- অক্টোবৰ মাহত অসম চৰকাৰ আৰু মালিকপক্ষই ৮.৩৩ % বোনাচ দিয়া হব বুলি ঘোষণা কৰিছিল
ওদালগুৰিৰ হাটীগড় চাহ বাগিছাত উত্তেজনা - ওদালগুৰিৰৰ হাতীগড় চাহ বাগিছা
২০% বোনাচৰ দাবীত উত্তাল ওদালগুৰিৰৰ হাতীগড় চাহ বাগিছা ৷
![ওদালগুৰিৰ হাটীগড় চাহ বাগিছাত উত্তেজনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4275875-thumbnail-3x2-kkk.jpg)
২০% বোনাচৰ দাবীত উত্তাল ওদালগুৰিৰৰ হাতীগড় চাহ বাগিছা