অসম

assam

ETV Bharat / state

এন আৰ চিৰ বিৰুদ্ধে টংলাত গণ চিঞৰ ! - পৰিবেশ উত্তাল কৰি তোলে

ওদালগুৰি জিলাৰ টংলাত বিসংগতিপূৰ্ণ এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বন আৰু আক্ৰাছুৰ ৷ দুমাহৰ ভিতৰত আসোঁৱাহ দূৰ নকৰিলে আত্মজাহৰ হুংকাৰ ৷

এন আৰ চিৰ বিৰুদ্ধে টংলাত গণ চিঞৰ !

By

Published : Sep 7, 2019, 6:29 AM IST

ওদালগুৰি, চেপ্টেম্বৰ 06 :

  • ওদালগুৰি জিলাৰ টংলাত বিসংগতিপূৰ্ণ এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বন আৰু আক্ৰাছুৰ ৷
    এন আৰ চিৰ বিৰুদ্ধে টংলাত গণ চিঞৰ
  • দুমাহৰ ভিতৰত আসোঁৱাহ দূৰ নকৰিলে আত্মজাহৰ হুংকাৰ ৷
  • এন আৰ চিত প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী আৰু ভূমিপুত্ৰ কোচ ৰাজবংশী লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ ৷
  • শুকুৰবাৰে সন্ধিয়া টংলাত সংগঠন দুটাই "গণ চিঞৰ" কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
  • শতাধিক ছাত্ৰকৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে’কাৰ্ড লৈ ’স্বদেশীক বিদেশী সজোৱা নচলিব, প্ৰতীক হাজেলা হায় হায় আদি ধ্বনিৰে টংলাৰ পৰিবেশ উত্তাল কৰি তোলে ৷
  • প্ৰতিবাদৰ নেতৃত্ব দিয়ে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কমল চৌধুৰী আৰু আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিব্যজ্যোতি কুমাৰ ডেকাই ৷

ABOUT THE AUTHOR

...view details