ছাত্ৰীবাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত ডব্লিউ যাদৱক গ্ৰেপ্তাৰ
মহানগৰীৰ ছাত্ৰীবাৰীৰ হত্যাকাণ্ডৰ(Chatribari murder case) মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ দিল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডব্লিউ যাদৱক ৷
ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই
ভাৰতৰ ৰাজধানী দেশৰ পাঁচটা মণ্ডলত হ’ব লাগে ৷ কেৱল দিল্লীত হোৱাৰ বাবে দিল্লীৰ উন্নতি হৈছে ৷ দিল্লীৰ উন্নত অৱস্থাৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ অৱদান আছে ৷ গুৱাহাটীক দেশৰ ৰাজধানী কৰি 10 বছৰৰ পাছত দিল্লীক অসমৰ সৈতে তুলনা কৰক ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa sarma on India capital)৷
ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি মন্তব্য কৰিলে কংগ্ৰেছ ত্যাগী গোলাম নবী আজাদে
দেশৰ ৰাজধানী দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গোলাম নবী আজাদৰ মন্তব্য, "মোক ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে (Ghulam Nabi Azad reaction after quitting Congress)" ।
Made in Nalbari চাবলৈ 2 ডিচেম্বৰত যাওক ছবি ঘৰলৈ
আহি আছে এখন নতুন অসমীয়া ছবি ৷ ব্যতিক্ৰমী চিন্তাধাৰাৰে সম্পৰ্কৰ আধাৰত নিৰ্মাণ হোৱা এখন অৰ্থপূৰ্ণ অসমীয়া ছবি ৷ নাম ‘মেড ইন নলবাৰী’ ৷ নৱ-প্ৰজন্মৰ কেইগৰাকীমান উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা Flashback Films বেনাৰত নিৰ্মাণ হৈছে এই ছবিখন ৷
চাবুৱাৰ পুলুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ মৃতদেহ উদ্ধাৰ
অৱশেষত উদ্ধাৰ কৰা হ'ল চাবুৱাৰ পুলুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰুণু গোহাঁইৰ মৃতদেহ (Dead body of social worker Runu Gohain recovered) । দেওবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল বিশিষ্ট সমাজকৰ্মীগৰাকী । পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ গোঁহাইৰ মৃতদেহ(Dead body recovered in pond) ।