ৰাজনৈতিক দায়িত্ব এৰি ক্ষণিকৰ বাবে মাতৃৰ কাষত মন্ত্ৰী ৰণোজ পেগু
শুকুৰবাৰে বিশেষ ছুটী ব্যৱহাৰ কৰি নিজ গৃহত উপস্থিত হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (minister Dr Ranoj Pegu spent quality time with mother) ৷ মুখ্যমন্ত্ৰীক চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া দুদিনীয়া বিশেষ ছুটীৰ বাবে ধন্যবাদ জ্ঞাপন (Ranoj Pegu thanked to Assam govt to gives employees two days special leave) কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি টেট পৰীক্ষা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷
Preparation for Bhogali Bihu : ৰাতি দহ বজাৰ ভিতৰতে উৰুকাৰ ভোজ খাব ৰঙিয়াবাসীয়ে
ৰাজ্য চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নতুন SOP ওলোৱাৰ পিছতো ম্লান পৰা নাই ভোগালীৰ আনন্দ ৷ উৰুকাৰ নিশা দহ বজাৰ আগেয়ে ৰাইজে ভোজ খোৱা পৰ্ব সামৰাৰ লগতে নিশা কোনেও ভেলাঘৰত থাকিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে শুকুৰবাৰে প্ৰকাশ পোৱা ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনাত ৷ কিন্তু ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ পূৰ্বৰ দৰেই অব্যাহত আছে ভোগালীৰ প্ৰস্তুতি ৷
Preparation for Bhogali Bihu : যোৰহাটৰ পথাৰত ৰাইজে সাজিলে যন্তৰ-মন্তৰ
চেনেহৰ ভোগালীক আদৰিবলৈ দক্ষিণ-পশ্চিম যোৰহাটৰ ২ নং চৰাইবাহী গাঁৱত চলিছে পূৰ্ণ প্ৰস্তুতি (Preparation for Bhogali Bihu at Charaibahi) ৷ ৰাইজে একত্ৰিত হৈ সাজি উলিয়ালে যন্তৰ-মন্তৰ আকৃতিৰ ভেলাঘৰ ৷
Magic Book of Records : লখিমপুৰৰ জয়লক্ষী পায়েঙলৈ মেজিক বুক অৱ ৰেকৰ্ডছৰ সন্মান
'মেজিক বুক অৱ ৰেকৰ্ডে' (Magic Book of Records) আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত উজলিল লখিমপুৰৰ জয়লক্ষী পায়েং নামৰ কিশোৰজন ৷ অনলাইনযোগে অংশগ্ৰহণ কৰি জয়লক্ষী পায়েঙে লাভ কৰিছে "বেষ্ট এচিভাৰ এৱাৰ্ড 2021" আৰু "বেষ্ট চাইল্ড যোগ আৰ্টিষ্ট" সন্মান ৷
Minister UG Brahma spent time with Father : বৃদ্ধ পিতৃক নিজ হাতেৰে ভাত খুৱাই দিলে মন্ত্ৰী ইউ জি ব্ৰহ্মই
পিতৃৰ দায়িত্বৰ প্ৰতি নিষ্ঠাবান মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ স্ব-গৃহত উপস্থিত হৈ নিজ হাতে পিতৃক খুৱালে অন্ন (Minister UG Brahma feed rice to his father) ৷ চৰকাৰৰ প্ৰদান কৰা বিশেষ ছুটীৰ ব্যৱহাৰ মন্ত্ৰীগৰাকীৰ ৷