Blast in Ludhiana District Court : আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণত নিহত এক
লুধিয়ানা জিলা আদালতত বিস্ফোৰণ (Blast in Ludhiana District Court) ৷ এই বিস্ফোৰণৰ ঘটনাত এগৰাকী ব্যক্তি নিহত হোৱাৰ বিপৰীতে আহত হৈছে চাৰিগৰাকী ৷
Road Accident at Cachar : কাছাৰত পথ দুৰ্ঘটনাত 14 গৰাকী শিক্ষাৰ্থী আহত
কাছাৰত ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident at Chachar) ৷ স্কুলীয়া ভান বাগৰি আহত 14 গৰাকী ছাত্ৰ-ছাত্ৰী ৷
Viral Video of Manas national Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ গাড়ীত আক্ৰমণৰ চেষ্টা গঁড়ৰ
মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ জীপ চাফাৰীলৈ যোৱা পৰ্যটকৰ এটা দলক আক্ৰমণৰ চেষ্টা এটা গঁড়ৰ (Rhino rushed to tourist group in Manas) ৷ প্ৰায় ডেৰ কিল’মিটাৰ পৰ্যন্ত পৰ্যটকৰ জীপখন খেদি আহিছিল গঁড়টোৱে ৷ অৱশেষত কথমপি প্ৰাণৰক্ষা পৰে পৰ্যটকৰ দলটোৰ ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ সমীপত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পাছত মানাহৰ বনকৰ্মীৰ প্ৰচেষ্টাত গঁড়টো পুনৰ গভীৰ অৰণ্যলৈ খেদি পঠোৱা হয় ৷
National Mathematics Day : ত্ৰিপুৰাত ৰাষ্ট্ৰীয় গণিত দিৱসত বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ
ত্ৰিপুৰাৰ আগৰতলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয় (National Mathematics Day celebrated in Tripura)। দিৱসত উপস্থিত থাকি দেশৰ বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ গণিতৰ জ্ঞান প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে । তেওঁৰ মতে শিক্ষাৰ্থীসকলক গণিতৰ প্ৰতি উৎসাহিত কৰাৰ লগতে অধিক প্ৰশিক্ষণৰ প্ৰয়োজন ।
বিয়া পাতিবলৈ চপালে চিঠি; কইনাই দিলে দৰালৈ পিঠি !
বিয়া পাতিম বুলি ছোৱালী চালে দৰাৰ পৰিয়ালে গৈ ৷ কইনাক পছন্দ কৰি তাৰিখ আহিলে লৈ ৷ কইনা ঘৰৰ আৰ্থিক অনাতন টকা-পাইচাও দিলে ৷ হোমৰ গুৰিত বহিবলৈ নাপালে ৰাম ঠগনহে খালে ৷ ক’ত, কিয়, কেনেকৈ ঘটিল এই ঘটনা ?