ওদালগুৰি, 12 জুনঃ শুকুৰবাৰে ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ উপ পৰিদৰ্শক সুকুমাৰ তালুকদাৰে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ৷ আৰক্ষী চকীটোত কোনো ভাৰপ্ৰাপ্ত বিষয়া নথকাৰ বাবে চোৱাচিতাৰ দায়িত্বত আছিল সুকুমাৰ তালুকদাৰ ৷
নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা এগৰাকী আৰক্ষী বিষয়াৰ - নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা এগৰাকী আৰক্ষী বিষয়াৰ
ভাৰপ্ৰাপ্ত বিষয়াৰ অনুপস্থিতিত ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ চোৱাচিতাৰ দায়িত্বত থকা সুকুমাৰ তালুকদাৰ নামৰ উপ পৰিদৰ্শক গৰাকীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ৷

sub inspector of paneri police station committed suicide by his service revolver
নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা এগৰাকী আৰক্ষী বিষয়াৰ
আৰক্ষী গৰাকীৰ মৃত্যুৰ বিষয়ে অৱগত হোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈছে ওদালগুৰিৰ আৰক্ষী অধীক্ষকৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়াসকল ৷ মৃত সুকুমাৰ তালুকদাৰ ঘৰ নলবাৰীৰ চামতাত বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও উপ পৰিদৰ্শক গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা যোৱা নাই ৷
লগতে পঢ়কঃগোলাঘাটৰ ছেলেঙী খেলপথাৰত দুৰ্লভ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন