অসম

assam

ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰৌতাত আক্ৰাছুৰ প্ৰতিবাদ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰী গোট গঠন কৰিছিল ৷ কিন্তু এই গোটে আজিলৈকে দাখিল কৰিবালৈ সক্ষম হোৱা নাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে আক্ৰাছুৰ অতুল বৰ্মন গোট ৷

Routa AAKRASU protest
Routa AAKRASU protest

By

Published : Dec 21, 2019, 3:40 AM IST

ৰৌতা, 20 ডিচেম্বৰঃছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ প্ৰতিবাদ ৷ ৰৌতাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে ৷ উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰী গোট গঠন কৰিছিল ৷ কিন্তু এই গোটে আজিলৈকে দাখিল কৰিবালৈ সক্ষম হোৱা নাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে আক্ৰাছুৰ অতুল বৰ্মন গোট ৷

ৰৌতাত আক্ৰাছুৰ প্ৰতিবাদ
বৃহস্পতিবাৰে ইয়াৰে প্ৰতিবাদত আক্ৰাছুৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱ দলে, চন্দন ব্ৰহ্ম, তপন গগৈ আৰু পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কৰে ৷ প্ৰায় সহস্ৰাধিক আক্ৰাছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

ABOUT THE AUTHOR

...view details