ওদালগুৰিত ভোটদান মন্ত্ৰী ৰিহন দৈমাৰীৰ - etv bharat assam
ওদালগুৰি সমষ্টিৰ 538 নং কাহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটদান কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী গৰাকীয়ে
![ওদালগুৰিত ভোটদান মন্ত্ৰী ৰিহন দৈমাৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3035275-thumbnail-3x2-rihan.jpg)
ওদালগুৰিত ভোটদান মন্ত্ৰী ৰিহন দৈমাৰীৰ
ওদালগুৰি, ১৮ এপ্ৰিলঃ ভোটদান সাব্যস্ত কৰিলে মন্ত্ৰী ৰিহন দৈমাৰীয়ে । ওদালগুৰি সমষ্টিৰ 538 নং কাহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটদান কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী গৰাকীয়ে । ওদালগুৰি কাহিবাৰী ভোটকেন্দ্ৰৰ পৰা ই টিভি ভাৰতৰ সাংবাদিক ধনদ্বীপ বৰাৰ এক প্ৰতিবেদন.....
ওদালগুৰিত ভোটদান মন্ত্ৰী ৰিহন দৈমাৰীৰ