কলাইগাঁও, 29 ছেপ্টেম্বৰঃ কলাইগাঁওত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা । 70 বছৰীয়া বৃদ্ধৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী ছয় বছৰীয়া কন্যা শিশু ৷
70 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ছয় বছৰীয়া শিশু - ছয় বছৰীয়া কণ্যা শিশু
নিৰ্লজ্জ, নিষ্কৰ্ম ঘটনা ৷ 70 বছৰীয়া বৃদ্ধৰ যৌন নিৰ্যাতন বলি শিশু । উত্তম মাধ্যম ৰাইজৰ ৷

সত্তোৰ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ছয় বছৰীয়া শিশু
ঘটনা অনুসৰি, দেওবাৰে প্ৰতিবেশী ছিৰাজ আলি নামৰ বৃদ্ধ জনে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত নিজৰ ঘৰলৈ ফুচুলাই মাতি নিয়ে ভুক্তভোগী ছয়বছৰীয়া কণমানিজনীক । তাৰ পিছতেই ছিৰাজ আলি নামৰ লোকজনে নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ চেষ্টা চলায় ।
70 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ছয় বছৰীয়া শিশু
উল্লেখ্য যে, শিশুটিৰ মাতৃয়ে তাইক বিচাৰি যোৱাত এটি ঘৰৰ কোঠালিত ফেনৰ শব্দ শুনি কোঠালৈ সোমাই যোৱাত অৰ্ধ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে লম্পট ছিৰাজ আলিক ৷ এই ঘটনা সংঘটিত কৰিয়ে ছিৰাজ আলিয়ে পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে ধৰি উত্তম-মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে লম্পট ছিৰাজ আলিক ।
Last Updated : Sep 29, 2019, 8:07 PM IST