অসম

assam

By

Published : Dec 12, 2019, 10:34 PM IST

Updated : Dec 13, 2019, 7:39 AM IST

ETV Bharat / state

কেবক লৈ উত্তাল ওদালগুৰি

বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ শিলাবৰ্ষণ ৷

Protest in Udalguri
কেবক লৈ উত্তাল ওদালগুৰি

ওদালগুৰি, 12 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে ওদালগুৰি জিলা ৷ বিধেয়ক বাতিলৰ দাবীত জিলাখনৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ওদালগুৰি জিলাৰ ওৰাঙতো কেবক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ওৰাঙত বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাহনত অচিনাক্ত দুৰ্বৃত্তই শিলাবৰ্ষণ কৰাৰ লগতে ওৰাং সাপ্তাহিক বজাৰতো অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে ৷

Last Updated : Dec 13, 2019, 7:39 AM IST

ABOUT THE AUTHOR

...view details