ওদালগুৰি, 1 ডিচেম্বৰঃহায়দৰাবাদৰ 27 বছৰীয়া পশু চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ পিছতে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। দেওবাৰে ওদালগুৰি চহৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হাতত মম লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে ।
হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে ওদালগুৰিৰ ৰাজপথত প্ৰতিবাদ - ওদালগুৰিত ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ
দেওবাৰে ওদালগুৰি চহৰত ওদালগুৰিৰ ছাত্ৰ-ছাত্ৰী সকলে মম লৈ সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ
ওদালগুৰিত ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ
উল্লেখ্য যে,বিগত 28 নৱেম্বৰত হায়দৰাবাদৰ চামছাবাদৰ টলপ্লাজাৰ ওচৰত পশু চিকিৎসক গৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিছিল ধৰ্ষণকাৰীয়ে ।
আৰু পঢ়কঃ মাজুলীত মৎস্য চিকাৰৰ আনন্দ
Last Updated : Dec 2, 2019, 11:48 AM IST