অসম

assam

ETV Bharat / state

গ্ৰেপ্তাৰ হ'ল কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া - দৰং আৰক্ষী

ঘটনা সংঘটিত হোৱা পিছৰে পৰা পলাতক অৱস্থাত আছিল তান্ত্ৰিক জন ৷ ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ৷

গ্ৰেপ্তাৰ হ'ল কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া

By

Published : Jul 9, 2019, 1:22 AM IST

Updated : Jul 9, 2019, 2:06 AM IST

  • কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ ৷
  • দৰঙৰ কুৰুৱাৰ পৰা দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰমেশ চহৰীয়াক ৷
  • ঘটনা সংঘটিত হোৱা পিছৰে পৰা পলাতক অৱস্থাত আছিল তান্ত্ৰিক জন ৷
  • ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ৷
  • ঘটনাৰ পিছতেই ৰমেশ চহৰীয়াৰ বিৰুদ্ধে কলাইগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ ৷
  • ভাৰতীয় দণ্ডবিধি আইনৰ 120বি, 417, 420, 294, 353, 354, 506, 307 ধাৰাৰ অধীনত দেওবাৰে কলাইগাঁও আৰক্ষী থানাত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে ৷
  • বিজ্ঞান শিক্ষজ যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া (মৃত), আত্মীয় জুমন কলিতা আৰু তান্ত্ৰিক ৰমেশ চহৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ ৷
Last Updated : Jul 9, 2019, 2:06 AM IST

ABOUT THE AUTHOR

...view details