অসম

assam

ETV Bharat / state

ওদালগুৰিত পুৱাই শতাধিক ৰন্ধনকৰ্মী গ্ৰেপ্তাৰ - পৰশ এগ্ৰো চ'ছাইটি

ওদালগুৰিৰ ৰৌতাত গ্ৰেপ্তাৰ কৰা হৈছে শতাধিক ৰন্ধন কৰ্মী ৷ ওদালগুৰি জিলা বন্ধৰ আহ্বান জনাই 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ৰন্ধন কৰ্মীসকলে ৷

ওদালগুৰিত শতাধিক ৰন্ধনকৰ্মী গ্ৰেপ্তাৰ

By

Published : Nov 4, 2019, 10:13 AM IST

ওদালগুৰি, 4 নৱেম্বৰ: ওদালগুৰিৰ ৰৌতা চাৰিআলিত সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ শতাধিক প্ৰতিবাদকাৰীক ৷ উল্লেখ্য যে,ৰন্ধন সন্থাই সোমবাৰে ওদালগুৰি জিলা বন্ধৰ আহ্বান জনাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকৰিছিল ৷ ওদালগুৰি জিলাৰ মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা পৰশ এগ্ৰো চ'ছাইটিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীসকলে ৷ বৰ্তমান ৰৌতা আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰি ৰখা হৈছে প্ৰতিবাদকাৰীসকলক ৷

ওদালগুৰিত শতাধিক ৰন্ধনকৰ্মী গ্ৰেপ্তাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details