অসম

assam

By

Published : Sep 1, 2019, 9:36 PM IST

Updated : Sep 1, 2019, 11:14 PM IST

ETV Bharat / state

খিলঞ্জীয়া কোঁচ ৰাজবংশীৰ নাম নাই এনআৰচিত !

এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ’ল বহু কোঁচ ৰাজবংশীলোকৰ ৷ ঘটনাত শংকিত আৰু ক্ষোভিত সাধাৰণ ৰাইজ ৷

এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ’ল বহু কোচ ৰাজবংশীলোকৰ

ওদালগুৰি , 1 ছেপ্টেম্বৰ : বহু চৰ্চিত এন আৰ চিত নাহিল ওদালগুৰিৰ খিলঞ্জীয়া কোঁচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকৰ নাম । ফলত আতংকিত হৈ পৰিছে লোক সকল । কোঁচ-ৰাজবংশী লোকসকলে খিলঞ্জীয়া হোৱাৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্রকাশ কৰিছে লগতে বিদেশী ন্যায়াধীশকৰণৰ আদালতত নোযোৱাৰো ভাবুকি প্ৰদান কৰিছে ।

এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ’ল বহু কোচ ৰাজবংশীলোকৰ
Last Updated : Sep 1, 2019, 11:14 PM IST

ABOUT THE AUTHOR

...view details