অসম

assam

By

Published : Apr 26, 2019, 12:51 AM IST

ETV Bharat / state

ৰৌতাত জমিয়ত উলামা-ই-হিন্দ আনফৰ গোটৰ সভা

মৌলানা শ্বৰিফুল ইছলামক সভাপতি আৰু মৌলানা নুৰুজ জামানক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰা হয় । উক্ত সাধাৰণ সভাত মৌলানা নৌসাদ আলী, মৌলানা গিয়াছ উদ্দিন, মৌলানা বিল্লাল হুছেইনৰ লগতে স্থানীয় বহুকেইজন সংখ্যালঘূ নেতাই অংশ গ্ৰহণ কৰে ৷

ৰৌতাত জমিয়ত উলামা-ই-হিন্দ আনফৰ গোটৰ সভা

ৰৌতা, 25 এপ্ৰিল: মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সংগঠনটোৰ ৰৌতাত এখন সভা অনুষ্ঠিত হয় ৷ আমিনপাৰা জামিয়া আৰবীয়া ইছলামিয়া মাদ্ৰাছত অনুষ্ঠিত এই সভাত বজাত ওদালগুৰি জিলা জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আবু মুছাই সভাপতিত্ব কৰে।

লগতে পঢ়ক: কলিয়াবৰত বীজ কেলেংকাৰী

উক্ত সভাত মৌলানা শ্বৰিফুল ইছলামক সভাপতি আৰু মৌলানা নুৰুজ জামানক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰা হয় । উক্ত সাধাৰণ সভাত মৌলানা নৌসাদ আলী, মৌলানা গিয়াছ উদ্দিন, মৌলানা বিল্লাল হুছেইনৰ লগতে স্থানীয় বহুকেইজন সংখ্যালঘূ নেতাই অংশ গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details