অসম

assam

ETV Bharat / state

হৰিশিঙাত মুকলি আদৰ্শ চিকিৎসালয় - হৰিশিঙা

মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মুকলি কৰে চিকিৎসালয়খন

হৰিশিঙাত মুকলি আদৰ্শ চিকিৎসালয়

By

Published : Feb 16, 2019, 5:34 PM IST

হৰিশিঙা, ১৬ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ হৰিশিঙাত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আদৰ্শ চিকিৎসালয়খন শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

হৰিশিঙাত মুকলি আদৰ্শ চিকিৎসালয়

চিকিৎসালয় খন মুকলি কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। চিকিৎসালৈ খন মুকলি কৰি মন্ত্ৰী জনে ৰাইজক চিকিৎসালয় খনৰ চাফ-চিকুণতাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।

শনিবাৰৰ এই মুকলি অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী , বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details