ওদালগুৰিত ফাকুৱাৰ আনন্দ - হোলী
নানাৰঙী আবিৰ, হোলীগীতৰ মূৰ্ছনাৰে আনন্দমুখৰ ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ৷ শুকুৰবাৰে ঘুনুচা যাত্ৰা উপলক্ষে ঐতিহাসিক বাঁহ ভঙা পৰ্ব উপভোগ কৰিবলৈ অঞ্চলবাসীৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷
![ওদালগুৰিত ফাকুৱাৰ আনন্দ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2762281-736-653164ed-0e27-4197-9b00-fd099b857fa2.jpg)
ওদালগুৰিৰ ফাকুৱা উৎসৱ
ওদালগুৰি, ২২ মাৰ্চঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ফাকুৱা উৎসৱ পালন কৰিছে ওদালগুৰিবাসীয়ে। শুকুৰবাৰে ওদালগুৰিৰ দৌল উৎসৱৰ অন্তিমটো দিন ।
ওদালগুৰিৰ ফাকুৱা উৎসৱ