ওদালগুৰি, 12 জুন:ওদালগুৰি জিলাৰ মাজবাটৰ এটা কোৱাৰান্টাইন কেন্দ্ৰত অঘটন। শুকুৰবাৰে মাজবাট কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ বিচনা-আচবাব আদিত অগ্নি সংযোগ কৰে কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা একাংশ লোকে। ঘটনাৰ কাৰণ এই পৰ্যন্ত জানিবলৈ পৰা যোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে,এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ওদালগুৰি জিলাত ৷ লগতে উদণ্ড যুৱকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
কোৱাৰেন্টাইন কেন্দ্ৰৰ আচবাবত অগ্নিসংযোগ একাংশৰ
মাজবাট কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ বিচনা-আচবাব আদিত অগ্নি সংযোগ কৰে কেন্দ্ৰটোত কোৱাৰান্টাইন হৈ থকা একাংশ লোকে।
কোৱাৰেন্টাইন কেন্দ্ৰৰ আচবাবত অগ্নিসংযোগ একাংশৰ
উল্লেখ্য যে, উক্ত কোৱাৰেন্টাইন কেন্দ্ৰটোত ৭৬ জন লোকক ৰখা হৈছে ইয়াৰ ভিতৰ কেন্দ্ৰটোত থকা 22 জন লোকৰ দেহত কৰ'ণা ধৰা পৰাত তেওঁলোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল
Last Updated : Jun 12, 2020, 6:21 PM IST
TAGGED:
মাজবাট