ওদালগুৰি, 26 মাৰ্চঃ সামাজিক দুৰত্ব বজাই ৰাখি আজি ওদালগুৰি চহৰৰ গৃহহীন লোক সকলক চেনিটাইজাৰ, মাস্কৰ লগতে বিস্কুট, পাউৰুটি পানীৰ বটলসহ বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰে অসমীয়া যুৱ মঞ্চ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷ সামাজিক দুৰত্ব আৰু তলা বন্ধ ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সহায়ৰ হাত আগবঢ়োৱা বুলি জানিবলৈ দিয়ে অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি নিতুমণি ডেকাই ৷ সামগ্ৰী বিতৰণৰ ওপৰিও সংগঠন দুটাৰ সদস্যসকলে দৰিদ্ৰ লোক সকলক কৰ'ণা ভাইৰাছৰ বাবে ল'বলগীয়া সজাগতাৰ বিষয়ে অৱগত কৰে ৷
ওদালগুৰিত দৰিদ্ৰ জনক অসমীয়া যুৱ মঞ্চ আৰু আক্ৰাছুৰ খাদ্য বিতৰণ - অসমীয়া যুৱ মঞ্চ
সামাজিক দুৰত্ব আৰু তলা বন্ধ ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ওদালগুৰি চহৰত গৃহহীন লোক সকলক চেনিটাইজাৰ, মাস্কৰ লগতে বিস্কুট, পাউৰুটি পানীৰ বটলসহ বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰে অসমীয়া যুৱ মঞ্চ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷

যুৱ মঞ্চ আৰু আক্ৰাছুৰ খাদ্য বিতৰণ
ওদালগুৰিত দৰিদ্ৰ জনক অসমীয়া যুৱ মঞ্চ আৰু আক্ৰাছুৰ খাদ্য বিতৰণ
লগতে পঢ়কঃমানৱতাৰ অন্য পৰিচয় তুলতুল কছাৰী !