অসম

assam

ETV Bharat / state

ছাইবাৰ অপৰাধী চক্ৰৰ কৱলত এছ বি আইৰ গ্ৰাহক - ETV BHARAT

ওদালগুৰিৰ ৰৌতাত দেবীমায়া দেৱী নামৰ মহিলা গৰাকীৰ ৭৩ হাজাৰ টকা হৰলুকী । ৰৌতা চাৰিআলিস্থিত এছবিআই বেংকৰ পৰা ধন উলিয়াবলৈ আহি হতাশ মহিলাগৰাকী ।

ৰৌতা চাৰিআলি শাখা

By

Published : May 8, 2019, 11:44 PM IST

  • ওদালগুৰিৰ ৰৌতাত এছ বি আইৰ গ্ৰাহকৰ ধন হৰলুকি
  • এটিএম অবিহনে উলিয়াই নিলে মহিলাৰ সাঁচতীয়া ধন
  • জমা ধন উলিয়াবলৈ আহি হতাশ ৰৌতাৰ দেবীমায়া দেৱী
  • ৰৌতা চাৰিআলিস্থিত বেংকৰ পৰা ৭৩ হাজাৰ টকা লুট
  • ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ
  • কিছুদিন পূৰ্বে আন দুজন লোকৰ পৰাও ধন হৰলুকিৰ ঘটনা
    ছাইবাৰ অপৰাধী চক্ৰৰ কৱলত এছবিআই গ্ৰাহক

ABOUT THE AUTHOR

...view details