দৰং,4 ডিচেম্বৰঃ শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যেৰে ওদালগুৰিত এখন বিশাল জনসভা সম্বোধন কৰে ।
নিৰ্বাচনী সভাত গায়কৰ ৰূপত বিজেপিৰ সভাপতি ৰঞ্জিত দাস - ধনশ্ৰী পৰিষদীয় সমষ্টি
ওদালগুৰি চহৰৰ সমীপৰ মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই সভাত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিৰদাও বসুমতাৰী আৰু ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাধেশ্বৰী বড়োৰ সমৰ্থনত প্ৰচাৰ চলায় ।
![নিৰ্বাচনী সভাত গায়কৰ ৰূপত বিজেপিৰ সভাপতি ৰঞ্জিত দাস নিৰ্বাচনী সভাত গায়কৰ ৰূপত বিজেপিৰ সভাপতি ৰঞ্জিত দাস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9766404-795-9766404-1607096574381.jpg)
নিৰ্বাচনী সভাত গায়কৰ ৰূপত বিজেপিৰ সভাপতি ৰঞ্জিত দাস
ওদালগুৰি চহৰৰ সমীপৰ মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই সভাত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিৰদাও বসুমতাৰী আৰু ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাধেশ্বৰী বড়োৰ সমৰ্থনত প্ৰচাৰ চলায় । প্ৰাৰ্থী কেইগৰাকীৰ সৰ্মথনত ৰঞ্জিত দাসে গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল ৷
নিৰ্বাচনী সভাত গায়কৰ ৰূপত বিজেপিৰ সভাপতি ৰঞ্জিত দাস
লগতে পঢ়কঃ ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা