অসম

assam

By

Published : Apr 7, 2019, 4:41 AM IST

Updated : Apr 7, 2019, 7:33 AM IST

ETV Bharat / state

ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন

ওদালগুৰিৰ ৰৌতা চাৰিআলিটো ৰৌতা আঞ্চলিক ছাত্র সন্থাই অসমী বিহুৱা দলৰ সহযোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ।

ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন

ওদালগুৰি 7 এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত দুটামান দিন বাকী। হেঁপাহৰ ৰহালীক আদৰাৰ প্ৰস্তুতি সমগ্ৰ ৰাজ্যত৷ বিহু উপলক্ষে এতিয়া বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰ। ওদালগুৰিৰ ৰৌতা চাৰিআলিটো ৰৌতা আঞ্চলিক ছাত্র সন্থাই অসমী বিহুৱা দলৰ সহযোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ।

ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন

এই কৰ্মশালাত অংশ লৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৌ কুঁৱৰী, ঢুলীয়া আদিৰ প্ৰশিক্ষণ লৈছে ।

Last Updated : Apr 7, 2019, 7:33 AM IST

ABOUT THE AUTHOR

...view details