অসম

assam

ETV Bharat / state

হৰিশিঙাত ৰেলৰ খুণ্ডাত নিহত এজন

শনিবাৰে পুৱা প্ৰায় 7 বাজি 10 মিনিটত উজনিমুৱা 55721  নম্বৰৰ ৰঙিয়া-ডেকাৰগাঁও যাত্ৰীবাহী ৰে’লে এজন লোকক মহটিয়াই ফলত লোক জনৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু হৰিশিঙা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

By

Published : Jun 15, 2019, 5:12 PM IST

ETV BHARAT


ওডালগুৰি,15 জুন : ওদালগুৰি জিলাৰ হৰিশিঙাৰ কঠালগুৰিত ৰেলৰ খুন্দাত নিহত এজন ৷ আৰক্ষীৰ অনুসন্ধানৰ পাচতহে প্ৰকাশ পাব আত্মহত্যা নে দুৰ্ঘটনা ৷

হৰিশিঙাত ৰেলৰ খুণ্ডাত এজন নিহত

শনিবাৰে পুৱা প্ৰায় 7 বাজি 10 মিনিটত উজনিমুৱা 55721 নম্বৰৰ ৰঙিয়া-ডেকাৰগাঁও যাত্ৰীবাহী ৰে’লে এজন লোকক মহটিয়াই নিয়াৰ ফলত লোকজনৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু হৰিশিঙা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে মৃত লোক জনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে লোক জনে আত্মহত্যা কৰিছে নে দুৰ্ঘটনাত মৃত্যু হ'ল তাৰো কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

ABOUT THE AUTHOR

...view details