অসম

assam

ETV Bharat / state

দিল্লী উচ্চ ন্যায়ালয়ে কাৰাবন্দীসকলৰ জৰুৰীকালিন জামিনৰ সম্পৰ্কত প্ৰশ্ন আপ চৰকাৰক - দিল্লী চৰকাৰ

সোমবাৰে দিল্লী চৰকাৰক দিল্লী উচ্চ ন্যায়ালয়ে কাৰাবন্দীসকলৰ জামিন বা মুক্তিৰ ক্ষেত্রত কি বিশেষ ব্যৱস্থা গহণ কৰিছে উত্তৰ বিচাৰিলে।

দিল্লী উচ্চ ন্যায়ালয়ে কাৰাবন্দীসকলৰ জৰুৰীকালিন জামিনৰ সম্পৰ্কত প্ৰশ্ন আপ চৰকাৰক
দিল্লী উচ্চ ন্যায়ালয়ে কাৰাবন্দীসকলৰ জৰুৰীকালিন জামিনৰ সম্পৰ্কত প্ৰশ্ন আপ চৰকাৰক

By

Published : Jun 2, 2020, 3:46 PM IST

নিউজ ডেস্ক ,২ জুনঃ দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে এক গুৰুত্বপূৰ্ণ বিষয়ত দিল্লী আপ শাসিত চৰকাৰক প্ৰশ্ন কৰে কাৰাবন্দীসকলৰ ৰেহাইৰ ক্ষেত্রত কি ব্যৱস্থা গ্ৰহণ কৰিছে জৰুৰীকালীন সময়ত । দিল্লী উচ্চ ন্যায়ালয়ত চৰকাৰক শপতনামাত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে পৰৱৰ্তী শুনানিত ।

দিল্লী উচ্চ ন্যায়ালয়ে কাৰাবন্দীসকলৰ জৰুৰীকালিন জামিনৰ সম্পৰ্কত প্ৰশ্ন আপ চৰকাৰক

ইপিনে ন্যায়ালয়ে খাৰিজ কৰে কাৰাগাৰ পক্ষৰ আবেদন । আন এটা দফাত কয় যে বিশেষ কাৰণত আঠ সপ্তাহৰ বাবে জামিন বিচাৰিলে বিষয়টো বিবেচনা কৰি চাব পাৰিব। কাৰাবন্দীসকলক জেলৰ পৰা জামিনত তাৎক্ষণিকভাৱে যাবলৈ বিশেষ ভাৱে জেলত থকা সময়ত ভাল কাম কৰিলে শাস্তি কিছু ক্ষেত্রত কৰ্তন কৰিব পাৰিব ভাল পদক্ষেপৰ কাৰণে ।

দ্বিতীয়টো কে'ছত দিল্লী চৰকাৰে কয় যে যি সকল কাৰাবন্দীয়ে জৰুৰীকালিন জামিন বিচাৰিছে জেল কতৃপক্ষই বাতিল কৰিছে ৷ যি সকল পুলিছৰ জিম্মাত আছে অথবা বিশেষ কাৰণত গ্ৰেপ্তাৰ হৈছে ।

ন্যায়ালয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে কাৰাবন্দীসকলৰ জামিনৰ বিষয়ত ক'ৰণা মহামাৰীৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয়। ইপিনে উচ্চ ন্যায়ালয়ে কয় যে কাৰাবন্দীসকলে জৰুৰীকালিন জামিন ল' বিচাৰিলে যি সমুহ যোগ্যতা আছে সেই সমূহৰ ওপৰত চাই দিব পাৰিব জেল কতৃপক্ষই ।

আনহাতে মহামান্য ন্যায়ালয়ে ৪ জুনত হ'ব লগীয়া শুনানিত বিশেষ সিদ্ধান্ত দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢকঃ Covid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ABOUT THE AUTHOR

...view details