শোণিতপুৰ,১ মেঃ এতিয়াৰে পৰা উত্তৰ পূবৰ মুখ্য অসামৰিক বিমান ঘাটিত থাকিব বায়ু সেনাৰ উৰণৰ অনুমতি ৷ সেই অনুসৰি বায়ু সেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ অধীনষ্ঠ এৰিয়া অৱ ৰেছপনচিবিলিটিৰ অধীনষ্ঠ গুৱাহাটী, কলকাতা আৰু দূৰ্গাপুৰ বিমানবন্দৰৰ পৰা উৰণ সম্পন্ন কৰিব পাৰিব বায়ু সেনাৰ ছুখই 30S যুদ্ধবিমানে ৷
এতিয়া উত্তৰ পূবৰ মুখ্য অসামৰিক বিমান ঘাটিত ছুখই 30S - ছুখই 30S
উত্তৰ পূবৰ মুখ্য অসামৰিক বিমান ঘাটিত থাকিব বায়ু সেনাৰ উৰণৰ অনুমতি ৷ বিমানঘাটিসমূহত কাৰ্যক্ষম হ'ব ছুখই 30S যুদ্ধবিমান ৷

এতিয়া উত্তৰ পূবৰ মুখ্য অসামৰিক বিমান ঘাটিত ছুখই 30S
এই কথা প্ৰকাশ কৰিছে বায়ু সেনাৰ মুখপাত্ৰ লে. কৰ্ণেল খনচাইয়ে ৷ আজিৰে পৰাই উক্ত বিমানঘাটিসমূহত কাৰ্যক্ষম হ'ব ছুখই 30S যুদ্ধবিমান ৷