তেজপুৰ ,০৯ জুন : সপ্তম দিনতো অব্যাহত আছে অৰুণাচলত নিৰুদ্দিষ্ট AN-32 বিমানৰ উদ্ধাৰ অভিযান ৷ সোমবাৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN-32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত প্ৰতিকুল বতৰে বাধাৰ সৃষ্টি কৰে যদিও পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ৷
অৰুণাচলত অব্যাহত নিৰুদ্দিষ্ট বিমানৰ উদ্ধাৰ অভিযান - etv bharat assam
সোমবাৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN-32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত প্ৰতিকুল বতৰে বাধাৰ সৃষ্টি কৰে যদিও পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান ৷
অৰুণাচলত অব্যাহত নিৰুদ্দিষ্ট AN-32 বিমানৰ উদ্ধাৰ অভিযান
ইতিমধ্যে সন্ধান দিব পৰা লোকক বায়ুসেনা বাহিনীয়ে ৫ লাখ টকাৰে আৰু অৰুণাচল প্ৰদেশ চৰকাৰে নিৰুদ্দিষ্ট বিমানৰ লগতে ১৩ জন ব্যক্তিৰ সন্ধান দিওঁতাক ৫০,০০০ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিছে ৷ সেই মৰ্মে, বিমানখনৰ সন্ধান পালে যোগাযোগৰ বাবে ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪-৯৯৪৭৭, ৯৪০২০-৭৭২৬৭ আৰু ৯৪০২১-৩২৪৭৭ নম্বৰ মুকলি কৰি দিছে বায়ুসেনা বাহিনীয়ে ।
Last Updated : Jun 9, 2019, 12:49 PM IST