অসম

assam

ETV Bharat / state

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল চাকি জি বুলতনৰ - chaki ji bulton

অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰি চেইণ্ট মেৰী স্কুললৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চাকি জি বুলতনে ।

chaki ji bolton 3rd rank scire assam hslc result
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল চাকি জি বুলতনৰ

By

Published : Jun 6, 2020, 1:57 PM IST

Updated : Jun 7, 2020, 6:39 AM IST

গুবাহাটী ৬ জুনঃ শনিবাৰে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 2020 বৰ্ষৰ । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণ শতকৰা হাৰ হ'ল 64.80 l শীর্ষ 10 টা স্থানৰ তৃতীয় স্থান দখলেৰে চাকি জি বুলতনে ছেইণ্ট মেৰীজ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, চাকি জি বুলতনে মুঠ 591 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । চাকি জি বুলতনে ইংৰাজী বিষয়ত 96, অসমীয়া বিষয়ত 96, গণিত বিষয়ত 100, সমাজ বিজ্ঞানত 99, ঐচ্ছিক গণিতত 100, বিজ্ঞান বিষয়ত 100 নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে ঘৰ আৰু জিলাখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

তৃতীয় স্থান দখল চাকি জি বুলতনৰ
Last Updated : Jun 7, 2020, 6:39 AM IST

ABOUT THE AUTHOR

...view details